Home ৰাজ্যসমন্বয়ৰ বাণীৰে জাজৰিত ৰাজহুৱা ইফটাৰ

সমন্বয়ৰ বাণীৰে জাজৰিত ৰাজহুৱা ইফটাৰ

by News Desk
A+A-
Reset
ii

জাজৰিঃ অতীজৰে পৰা অবিভক্ত নগাঁও-মৰিগাঁও জিলাৰ বৃহত্তৰ জাজৰি অঞ্চলে হিন্দু- মুছলমানৰ মাজত সম্প্ৰতিৰ এক মহান আদৰ্শ ডাঙি ধৰি আহিছে। যাৰ চানেকি হিচাবে অসমীয়াৰ বাপতি সাহোন তিনিটি বিহুৰ লগতে পবিত্র শান্তি-সম্প্ৰতিৰ উৎসৱ ঈদৰ বিভিন্ন কাৰ্যসূচীত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰে উদযাপন কৰি আহিছে।

তাৰেই আদৰ্শ ৰূপে আজি জাজৰি দৈনিক বজাৰৰ স্থায়ী ব্যৱসায়ী সকলে পবিত্র ৰমজান মাহৰ ইফটাৰ অনুষ্ঠান দৈনিক বজাৰ স্থলিতে ৰাজহুৱাকৈ অায়োজন কৰে। ইফটাৰ অনুষ্ঠানত বৃহত্তৰ জাজৰি অঞ্চলৰ ইছলাম ধৰ্মৰ ধৰ্মীয় বহু জেষ্ঠ ব্যক্তি সকলৰ লগতে অন্যান্য জাতি ধৰ্মৰ বহু সন্মানীয় লোকে অংশগ্ৰহণ কৰে আৰু এনে সম্প্ৰতিৰ অনুষ্ঠানটি আয়োজন কৰাৰ বাবে উদ্যোক্তা সকলক শলাগ জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0