59
জাজৰিঃ কিছুদিনৰেপৰা নগাঁও জিলাৰ জাজৰি থানা, বটদ্ৰৱা থানা আৰু মিকিৰভেটা থানা এলেকাত সঘনে গৰু চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত জাজৰি আৰক্ষী থানাৰ নৈশ তহলদাৰী বাহিনীয়ে ৪ টা গভাইত চোৰক কৰায়ত্ব কৰে।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.