সুধাকণ্ঠক স্মৰণ, ৰাইদঙীয়াৰ ৰাইজৰ বৰঙণিৰে স্থাপন হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি

Home ৰাজ্যসুধাকণ্ঠক স্মৰণ, ৰাইদঙীয়াৰ ৰাইজৰ বৰঙণিৰে স্থাপন হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি

সুধাকণ্ঠক স্মৰণ, ৰাইদঙীয়াৰ ৰাইজৰ বৰঙণিৰে স্থাপন হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি

by News Desk
63 views
A+A-
Reset

জাজৰিঃ ৰাজ্যৰ ভিন্ন প্ৰন্তৰ লগতে দেওবাৰে জাজৰি-ৰাইদঙীয়াত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু তিথি পালন কৰা হয়। জাজৰি-ৰাইদঙীয়াৰ বিভিন্ন স্থানত গভীৰ ভাৱে স্মৰণ কৰে  শিল্পীগৰাকীক। ৰাইদঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱন প্ৰাংগনত ৰাইদঙীয়াৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আড্ডা আৰু সংগীত কাননৰ উদ্যোগত ৰাইদঙীয়াবাসী ৰাইজৰ দান বৰঙনীৰে হাজৰিকাৰ এটি পূৰ্নাংগ প্ৰতিমূৰ্তি নিৰ্মানৰ আধাৰশিলা কৰে।

আধাৰশিলা স্থাপন কৰে ৰাইদঙীয়া অঞ্চলৰ শংকৰী সংস্কৃতিৰ সাধক সতাই চুতিয়াই। তাৰ পিছতেই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিমূৰ্তি নিৰ্মান সমিতিৰ সভাপতি নৱ কমল ৰাজাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা। সভাত সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি ধীৰসিং পাটৰ, সম্পাদক নাৰায়ন দাস, সমাজকৰ্মী বোধেন বৰা, সাংবাদিক জয়ন্ত মুদৈ উপস্থিত থাকে। কবিন পাটৰে আঁত ধৰা অনুষ্ঠানত সাংবাদিক ৰাহুল দেৱ বৰদলৈ আৰু দীপজ্যোতি বৰাই সুধাকণ্ঠৰ চিৰযুগমীয়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0