Home ৰাজ্যকমল চন্দ্ৰ গোস্বামীৰ বিয়োগত জ‍াজৰি-বটদ্ৰৱাত শোক

কমল চন্দ্ৰ গোস্বামীৰ বিয়োগত জ‍াজৰি-বটদ্ৰৱাত শোক

by News Desk
59 views
A+A-
Reset

জাজৰিঃ আদি এলেঙী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট শিক্ষাবিদ তথা নগাঁৱৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কমল চন্দ্ৰ গোস্বামীৰ ১৪ মে’ তাৰিখে বিয়োগৰ বাতৰিয়ে সমগ্ৰ অসমৰ লগতে জাজৰি আৰু বটদ্ৰৱা অঞ্চলটো শোকৰ ছাঁ পেলাইছে।

বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্য্যনিৰ্বাহক সদস্য গৰাকীৰ মৃত্যুত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্ত, পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি হৰেন্দ্ৰ কুমাৰ দেৱ মহন্তকে প্ৰমুখ্য কৰি বটদ্ৰৱা থানৰ ভক্ত-বৈষ্ণৱ সকলে শোক প্ৰকাশ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0