Home দেশইছলামীক ধৰ্মগুৰু জাকিৰ নাঈকৰ ভাৰত প্ৰত্যাৰ্পণ খাৰিজ কৰিলে মালেয়েছিয়াই

ইছলামীক ধৰ্মগুৰু জাকিৰ নাঈকৰ ভাৰত প্ৰত্যাৰ্পণ খাৰিজ কৰিলে মালেয়েছিয়াই

by News Desk
61 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বিতৰ্কিত ধৰ্ম প্ৰচাৰক জাকিৰ নাঈকক দেশলৈ উভটাই অনাত আন এক সমস্যাই দেখা দিছে৷ ভাৰতৰ পৰা পলায়ন কৰি বৰ্তমান মালেয়েছিয়াত বাস কৰি থকা নাঈকৰ প্ৰত্যাৰ্পণ খাৰিজ কৰিছে মালেয়েছিয়াৰ প্ৰশাসনে৷ ‘জাকিৰ নাঈক মালেয়েছিয়াৰ বাসিন্দা৷ তেওঁ ভাৰতলৈ পঠিওৱা নহয়’ বুলি স্পষ্ট কৰি দিছে মালেয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদে৷

দুয়োখন দেশৰ মাজত চলা চুক্তি অনুযায়ী জানুৱাৰী মাহতে জাকিৰ নাঈকক ভাৰতলৈ উভটাই আনিব বিছাৰিছিল ভাৰত চৰকাৰে৷ এই লৈ দুয়োখন দেশৰ মাজত চাপ সৃষ্টি হ’লেও শেহতীয়াকৈ জাকিৰ নাঈকৰ প্ৰত্যাৰ্পণৰ সিদ্ধান্ত খাৰিজ কৰে মালেয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে৷ কুৱালা লামপুৰত এক সাংবাদিক বৈঠকত প্ৰধানমন্ত্ৰী মহম্মদে কয়, ‘জাকিৰ নাঈকে যেতিয়ালৈকে আমাৰ বাবে সমস্যাৰ সৃষ্টি নকৰে, তেতিয়ালৈকে তেওঁক উভটাই পঠিওৱাৰ প্ৰশ্নই নাহে৷ তেওঁ এই দেশৰ স্থায়ী বাসিন্দা৷’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0