58
জালাহঃ বৃহস্পতিবাৰৰ দিনটোত বাক্সাৰ অঞ্চলীস্থিত অঞ্চলী জাতীয় বিদ্যালয়ৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰেপৰা ক্ৰমে শশীমোহন কলিতাই পতাকা উত্তোলন, আৰকৰা গাঁৱৰ গাঁওবুঢ়া জীৱন চন্দ্ৰ বড়োই স্মৃতি তৰ্পণ, নগেন দাসে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে।