48
জালাহঃ বাক্সা জিলাৰ জালাহ শিক্ষাখণ্ডৰ অন্তৰ্গত জাতীয় বিদ্যালয়, জালাহৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
বিদ্যালয়খনৰ এঘাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে এঘাৰখন পতাকা উত্তোলন কৰে ক্ৰমে নিৰঞ্জন দাস, যোগেশ্বৰ নাথ, গিৰিধৰ নাথ, দিপাঙকৰ নাথ, গৌতম নাথ, উমেশ দাস, পদ্মাৱতী দাস, প্ৰীতি ৰাজবংশী, ৰমনী দাস, ৰুমী দাস আৰু চন্দ্ৰ মোহন পাটোৱাৰীয়ে।