57
newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে দেওবাৰে কুলগামৰ চাহদ ভান অঞ্চলত সেনাৰ কৰ্তব্যৰত এটা দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলায়৷
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি নিৰাপত্তাৰক্ষীৰ দলটোৱেও গুলিচালনা কৰে৷ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ দুজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে৷