Home দেশজম্মু-কাশ্মীৰৰ সংঘৰ্ষত ছহিদ এজন জোৱান, নিহত দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ সংঘৰ্ষত ছহিদ এজন জোৱান, নিহত দুই সন্ত্ৰাসবাদী

by News Desk
A+A-
Reset
Kashmir-Encounter

শ্ৰীনগৰঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত ২ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷কুলগাম জিলাৰ ৰেডৱানি চহৰত সন্ত্ৰাসবাদীক ঘেৰাও কৰি এই এনকাউন্টাৰ আৰম্ভ হয়৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিৰাপত্তাৰক্ষীয়েও নিজৰ শক্তিশালী প্ৰদৰ্শন কৰি থিতাতে দুজন সন্ত্ৰাসবাদীক গুলিয়াই হ্ত্যা কৰে৷ এই সংঘৰ্ষত এজন জোৱানে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়৷ বৰ্তমানেও এই সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে৷

 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0