Home দেশঅমৰ নাথ যাত্ৰাৰ কালত ভূমিস্খলন, মহিলা সহ ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

অমৰ নাথ যাত্ৰাৰ কালত ভূমিস্খলন, মহিলা সহ ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

by News Desk
53 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ অমৰ নাথ যাত্ৰাৰ কালত মঙলবাৰে অঘটন সংঘটিত হৈ ৫গৰাকী লোকৰ মৃত্যু হয়৷ জম্মু-কাশ্মীৰৰ বাল্টাৰত মঙলবাৰে অমৰ নাথ যাত্ৰীয়ে যাত্ৰা কৰি থকাৰ সময়তে ভূমিস্খলনত ৫ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়৷ মৃতকৰ মাজত এগৰাকী মহিলা তীৰ্থযাত্ৰীও আছে৷ কেইবাগৰাকী লোক আহতও হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দল অৱস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ 

বিগত দুই তিনি দিন ধৰি বৰষুণ দি থকাৰ ফলত আধাতা ৰখোৱা হৈছিল তীৰ্থযাত্ৰীক৷ শুকুৰবাৰৰ পৰা ভূমিস্খলন আৰম্ভ হোৱাত বাল্টাল অঞ্চলত ৰখাই দিয়া হৈছিল তীৰ্থযাত্ৰীক৷ জম্মু কাশ্মীৰৰ আৰক্ষীয়ে টুইট কৰি কয় যে SDRF, MRT আৰু ITBP উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷ চিকিৎসকৰ দলো উপস্থিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0