56
newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত পুনৰ এগৰাকী আৰক্ষী বিষয়াক অপহৰণ কৰাৰ খবৰ আহিছে। আৰক্ষীৰ বিষয়াজনক উদ্ধাৰৰ বাবে আৰক্ষী আৰু সেনাই অভিযান অব্যাহত ৰখা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।
We are verifying the information. His family has said that he is visiting a relative: SP Vaid, DGP, J&K on reports of a J&K Police SPO abducted by terrorists in Pulwama district's Tral pic.twitter.com/Liv1TDjJUe