56
newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলবামা জিলাৰ পৰিগামত সন্ত্ৰাসবাদীয়ে হনীফা মছজিদৰ ইমামক হক্যাৰ চেষ্টা চলায়৷ শুকুৰবাৰে পুৱা অজ্ঞাত সন্ত্ৰাসবাদীৰ এটা দলে ইমাম মৌলবী মহম্মদ অছফৰক হত্যাৰ চেষ্টা চলাই গুৰুতৰভাৱে আহত কৰে৷
ইফালে গুৰুতৰভাৱে আহত ইমামগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইমাম গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷