57
লাহোৱালঃ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংগীতসূৰ্য সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জন্মদিন পালন কৰা হয়।
সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অধ্যক্ষা মৰ্জিনা গগৈয়ে। ভূপেন হাজৰিকাৰ গীত-মাত কবিতাৰে শিল্পীগৰাকীক স্মৰণ কৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে৷