Home দেশ5G বাজিমাৎ! ফেচবুকৰ পিছত এইবাৰ আম্বানিৰ জিঅ’ত গুগলৰ হাত

5G বাজিমাৎ! ফেচবুকৰ পিছত এইবাৰ আম্বানিৰ জিঅ’ত গুগলৰ হাত

by News Desk
A+A-
Reset
sim change

বিশেষ প্ৰতিবেদনঃ আকৌ সলনি কৰিব লগীয়া হ’ব পাৰে SIMকাৰ্ড আৰু মোবাইল হেণ্ডছেট। অচিৰেই আউটডেটেড হৈ পৰিব পাৰে 4G ইণ্টাৰনেট! ফেচবুক আৰু গুগলৰ হাতত ধৰি ভাৰতত 5G সেৱা আৰম্ভ কৰিবলৈ ওলাইছে মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅ’ই। দ্ৰুত গতিত ইণ্টাৰনেটৰ পৃথিৱীলৈ অহা পৰিৱৰ্তনৰ সোৱাদ ভাৰতবাসীক প্ৰদান কৰাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে জিঅ’। বুধবাৰে ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত 4Gৰে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি কৰা  প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানিয়ে অহা বছৰৰ পৰা 5G সেৱাৰ কাম আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

শূন্যৰ পৰা আৰম্ভ কৰি 5Gৰ পৰ্যয়াত আহি ভৰি থোৱাৰ কথা উল্লেখ কৰি আম্বানিয়ে জনাই যে তেওঁৰ প্ৰতিষ্ঠানটোৱে সম্প্ৰতি এই 5Gৰ সৈতে জড়িত প্ৰযুক্তিও নিজাববীয়াকৈ আয়ত্ব কৰিবলৈ সমৰ্থ হৈছে। আজিৰ ভাৰ্চুৱেল অনুষ্ঠানত ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে অহা ২০২১ বৰ্ষৰ পৰা পূৰ্ণগতিত আৰম্ভ হ’ব 5Gকে ধৰি অনেক নতুন পদক্ষেপ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0