Home ৰাজ্যনগা আৰক্ষীক জিতেন দত্তই কলে আমি ৰিলেছন বনাবৰ নিমিত্তে আহিছে

নগা আৰক্ষীক জিতেন দত্তই কলে আমি ৰিলেছন বনাবৰ নিমিত্তে আহিছে

by News Desk
61 views
A+A-
Reset

বেতবাৰীঃ শুকুৰবাৰে আলোচনাপন্থী আলফাৰ এটা দল অসম-নাগালেণ্ড সীমান্তৰ গেলেকিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ কেইবাজনো সতীৰ্থৰ সৈতে নাগালেণ্ড সীমান্তত উপস্থিত হৈ আলফাৰ দলটোৱে প্ৰথমে নগা আৰক্ষীৰ পৰীক্ষণ চকীত নগা আৰক্ষীৰ সৈতে মুখামুখী হয়৷ নগা আৰক্ষীক ৰোনোবাই কোন আহিছে বুলি কলে আলফাৰ দল অহা বুলি কবলৈ কয়৷

তেও কয় “আলফাৰ মানুহ অহা বুলি কবি৷ আমি ৰিলেছন বনাবৰ নিমিত্তে আহিছে৷ কাজিয়া কৰিব ধমকি দিয়াৰ নিমিত্তে অহা নাই দেই৷ নৰ্থ ইষ্ট ভাই ভাই আছে৷ নগা আৰক্ষীক এনেদৰে বুজালে আলফা নেতা জিতেন দত্তই”৷ শুকুৰবাৰে অসম-নাগালেণ্ড সীমান্তৰ গেলেকি ভ্ৰমণ কৰি ভ্ৰমণৰ অন্তত জিতেন দত্তই নগাৰ সৈতে মিলি জুলি ভাতৃত্ব বোধেৰে থকাৰ কথা ঘোষণা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0