53
বৰপেটাঃ শুকুৰবাৰে বৰপেটা জিলাৰ চেঙা সত্ৰত উপস্থিত হয় ৰাজ্যৰ বিত্তীয় বিভাগৰ উপাধ্যক্ষ অনিল দাস, উদ্যোগিক বিভাগৰ উপাধ্যক্ষ জিতু তালুকদাৰ।
চেঙা সত্ৰত উপস্থিত হে জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ভৰি ধুৱা ঘাট পৰিদৰ্শন কৰে তেওলোকে।