Home দেশকাশ্মীৰত দিন দুপৰতে হাতে হাতে অস্ত্ৰ লৈ সন্ত্ৰাসবাদীৰ বেংক লুটি নিয়াৰ চেষ্টা, আহত ৩

কাশ্মীৰত দিন দুপৰতে হাতে হাতে অস্ত্ৰ লৈ সন্ত্ৰাসবাদীৰ বেংক লুটি নিয়াৰ চেষ্টা, আহত ৩

by News Desk
54 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিন দুপৰতে কাশ্মীৰত সন্ত্ৰাসবাদীয়ে বেংক লুটি নিয়াৰ চেষ্টা চলায়। কিন্তু ৰাইজৰ বাবে সন্ত্ৰাসবাদীৰ চেষ্টা সফল হল। জম্মু কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীয়ে বেংক লুটি নিয়াৰ চেষ্টা চলাই শুকুৰবাৰে। সন্ত্ৰাসবাদীৰ এটা দলে জম্ম কাশ্মীৰ বেংকৰ কুলগাম শাখাত প্ৰৱেশ কৰি গুলিচালনা কৰে।বেংকৰ টকা লুটি পলায়ন কৰাৰ চেষ্টা চলায়। 

সেই সময়ত দেহত গুলী লাগি বেংকৰ দুই কৰ্মচাৰী আৰু এগৰাকী সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হয়। কিন্তু সাধাৰণ ৰাইজ ওলাই অহাত সন্ত্ৰাসবাদীৰ পৰিকল্পনা সফল নহ’ল। আৰক্ষীৰ মতে, তিনিজন সন্ত্ৰাসবাদীৰ দলে অস্ত্ৰ সহ কুলগামৰ মোহনপাৰা শাখাত প্ৰৱেশ কৰিছিল। তাত উপস্থিত থকা সকলো লোকক ঘেৰি লৈছিল। তাৰ লগে লগে গুলিচালনা কৰে। কিন্তু ৰাইজে অত্যন্ত সাহস দেখুওৱাৰ বাবে টকা পইচা নিনিয়াকৈ ওলাই যাব লগা হয় সন্ত্ৰাসবাদীৰ দল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0