গামোচা আৰু ত্ৰিৰংগাৰ সম্পৰ্কক কোনেও ছিন্ন কৰিব নোৱাৰে

Home ৰাজ্যগামোচা আৰু ত্ৰিৰংগাৰ সম্পৰ্কক কোনেও ছিন্ন কৰিব নোৱাৰে

গামোচা আৰু ত্ৰিৰংগাৰ সম্পৰ্কক কোনেও ছিন্ন কৰিব নোৱাৰে

by News Desk
48 views
A+A-
Reset

গুৱাহাটীঃ বিশিষ্ট চিন্তাবিদ অধ্যাপক ডঃ হীৰেন গোহাঁইৰ লগতে সাংবাদিক মনজিৎ মহন্ত আৰু সমাজকৰ্মী অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ৰুজু কৰা দেশদ্ৰোহিতাৰ গোচৰ সৰ্বভাৰতীয় পৰ্যায়ত নিন্দিত হৈছে৷

ডঃ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট চিন্তাবিদ তথা ‘স্বৰাজ ইণ্ডিয়া’ৰ নেতা অধ্যাপক যোগেন্দ্ৰ যাদৱে৷ তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভৰতৰ নাগৰিকক হিন্দু আৰু মুছলমান হিচাপে ভাগ ভাগ কৰাৰ চেষ্টা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশক প্ৰৱঞ্চনা কৰা হৈছে, অসমক প্ৰৱঞ্চনা কৰা হৈছে৷ তাতোকৈও ডাঙৰ কথাটো হ’ল, যি অসম চুক্তিৰ জৰিয়তে অসমবাসীক প্ৰতিশ্ৰুতি দিয়া হৈছিল, তাকো নগৰিকত্ব সংশোধনীৰ জৰিয়তে প্ৰৱঞ্চনা কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0