197
মাইনা এদিন গাঁৱৰ পৰা আঁতৰি গ’ল। তাৰ পাছত আৰম্ভ অইন এক সংগ্ৰাম। সমাজে মাইনাক কিয় গ্ৰহণ নকৰে? মাইনা পুৰুষ, মহিলা নে আন কিবা! এই বিষয়টোক প্ৰাধান্য দি প্ৰকাশ ডেকাই নিৰ্মাণ কৰা ফিচাৰ ফিল্ম ‘জোনাকী পৰুৱা’ই দেশ-বিদেশৰ দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
সামাজিক যদিও অসামাজিক কিয় ‘জোনাকী পৰুৱা’?