newsnextone.com। টীয়কঃ ৰাজ্যত পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূ্ল্য বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে সন্ধিয়া টীয়কত যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰীয়ে প্ৰধান মন্ত্ৰী আৰু পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি  প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰা দেখা যায়।