45
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ধমকিত সেও মানি ৫ বছৰৰ মূৰকত পাকিস্তানে মুক্ত কৰিবলৈ বাধ্য হোৱা কানাডাৰ নাগৰিক জুশুয়া বয়েলে অৱশেষত মুখ খুলিলে। পাকিস্তান সেনাৰ সহযোগত তালিবানৰ ঘাটিৰ পৰা উদ্ধাৰ হোৱা জুশুয়া বয়েল, পত্নী আৰু দুই সন্তান সহ শুকুৰবাৰে টৰেন্ট’ত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত ৫ বছৰে তালিবানে বন্দী কৰি ৰখাৰ সময়ৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰে।
