110
ৰঙিয়াঃ ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সততে সক্ৰিয় হৈ থকা সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুছেইন আজি এখন সভাত হঠাৎ ঢলি পৰাত হৈ চৈ লাগে৷
জানিব পৰা মতে, বুদ্ধিজীৱি, জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৰঙিয়াৰ এখন সভাত ভাষণৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ ঢলি পৰে৷ ৰঙিয়াৰ উদয়ন সংঘৰ প্ৰতিষ্ঠা দিৱসত অতিথি হিচাপে উপস্থিত আছিল হাইদৰ হুছেইন।