57
শ্বিলংঃ শ্বিলঙত এগৰাকী মহিলা সংবাদিকৰ ঘৰত আক্ৰমণ কৰে দুৰ্বৃত্তই৷ সাংবাদিকৰ ঘৰত আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত মহিলা সাংবাদিকৰ বাসগৃহত পেট্ৰল বোমাৰে আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷