59
newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাত সোমবাৰে দিন দুপৰতে এগৰাকী উদীয়মান সাংবাদিকক এগৰাকী জ্যেষ্ঠ সাংবাদিকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, চাবুৱাৰ যুৱ সাংবাদিক বিশ্বজিৎ ফুকনক চাবুৱা ৰেল ষ্টেচনৰ সমীপত ৩৭নং ৰাষ্টীয় ঘাইপথত সৌৰভ জ্যোতি চেতিয়া নামৰ সাংবাদিকজনে আক্ৰমণ কৰে৷