Home দেশত্ৰিপুৰাত পুনৰ সাংবাদিকক হত্যাৰ চেষ্টা, বিজেপি চৰকাৰৰ দিনত চলিছে তেল মাফিয়াৰ ৰাজ

ত্ৰিপুৰাত পুনৰ সাংবাদিকক হত্যাৰ চেষ্টা, বিজেপি চৰকাৰৰ দিনত চলিছে তেল মাফিয়াৰ ৰাজ

by News Desk
40 views
A+A-
Reset

newsnextone.com আগৰতলাঃ পুনৰ এগৰাকী সাংবাদিকক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ ধৰ্মনগৰত তেল মাফিয়াই বৰ্বৰ আক্ৰমণ কৰে এগৰাকী যুৱ সাংবাদিকক৷ ফটো সাংবাদিক, এটা নিউজ চেনেলৰ সাংবাদিক তথা newsnextone.comৰ পৰিয়ালৰ এগৰাকী সদস্য সুমন দেৱনাথক হত্যাৰ চেষ্টা কৰে তেল মাফিয়াই৷ দীৰ্ঘদিনৰ পৰা প্ৰশাসনৰ সহায়ত চলি থকা ধৰ্মনগৰৰ তেল ব্যৱসায়ৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই হত্যাৰ চেষ্টা চলাই সুমনক৷

বিগত চিপিআইএম চৰকাৰৰ কাৰ্যকালত কেইবাগৰাকী সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ লগতে দুগৰাকী সাংবাদিকৰ মৃত্যু হৈছিল৷ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক শাসনৰ গাদীলৈ আনিলে যদিও সাংবাদিক সুৰক্ষিত নহ’ল ত্ৰিপুৰাত৷ পুনৰ এগৰাকী যুৱ সাংবাদিকক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ ৰাজ্য খনত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0