82
ছিপাঝাৰঃ সমাজৰ অতন্দ্ৰ প্ৰহৰী দৰং জিলাৰ মঙলদৈৰ যুৱ সাংবাদিক মৃদুল আলামে সকলোকে কন্দুৱাই মেলানি মাগিলে এই পৃথিৱীৰ পৰা৷
বাতৰি বিচাৰি ঘুৰা-ফুৰা যুৱকজনে চাৰিদিন পূৰ্বে উচ্চ ৰক্তচাপত আক্রান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।