Home ৰাজ্যযুগল বৰুৱা-নিপুল কোঁৱৰে যাচিলে ভোগালী বিহুৰ শুভেচ্ছা

যুগল বৰুৱা-নিপুল কোঁৱৰে যাচিলে ভোগালী বিহুৰ শুভেচ্ছা

by News Desk
78 views
A+A-
Reset

ডিব্ৰুগড়ঃ ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু৷ দল-সংগঠনে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনায়৷ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অসমবাসীক শুভেচ্ছা যাচে৷

এক বিবৃতি যোগে অসমীয়া সংস্কৃতিৰ অতীজৰ পৰম্পৰাক আমাৰ শক্তি বুলি কয়৷ এই পৰম্পৰাক বিপথে পৰিচালিত নকৰি আমাৰ গীত মাত, সাজ-পোছাকৰ ঐতিহ্যক জীয়াই ৰাখিবলৈ আহ্বান জনাই যুগল বৰুৱাই৷ আনহাতে অসম গণ পৰিষদৰ নেতা নিপুল কোঁৱৰেওঁ  অসমবাসীক বিহুৰ শুভেচ্ছা যাচি সকলোৰে মংগল কামনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0