47
খৈৰাবাৰীঃ অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জন অৰণ্যলৈ প্ৰায়ে ওলাই আহে বনৰীয়া হাতী৷ জন অৰণ্যলৈ ওলাই অহা এটি হাতী বন বিভাগৰ উদাসীনতাৰ বাবে মৃত্যুমুখত পৰিল৷
ওদালগুৰি জিলাৰ আজি ভূটীয়াচাং চাহ বাগিচাৰ চাৰি নম্বৰ ছেক্টৰত এটি মৃত মখনা হাতী পোৱালী উদ্ধাৰ হয়।