48
কাকপথাৰঃ কাকপথাৰৰ অগ্ৰণী সাংস্কৃতিক অনুস্থান অভিৰুচি ক্লাবৰ উদ্যোগত শনিবাৰৰপৰা তিনিদিনীয়াকৈ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক প্ৰেক্ষাগৃহত চিত্ৰ আৰু হস্তকলাৰ কৰ্মশালা আৰম্ভ হৈছে।
প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন স্পীড পেইণ্টাৰ ৰবীন ব’ৰৱে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব।