Home ৰাজ্যকাকপথাৰত চি আৰ পি এফৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, তিনিজন আহত

কাকপথাৰত চি আৰ পি এফৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, তিনিজন আহত

by News Desk
62 views
A+A-
Reset

কাকপথাৰঃ কাকপথাৰ চেলেংগুৰিত চি আৰ পি এফৰ এখন মালবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে৷ তিনিচুকীয়াৰপৰা অৰুণাচল প্ৰদেশৰ কেম্পলৈ চি আৰ পি এফৰ সামগ্ৰী লৈ যোৱা গাড়ীখনৰ ষ্টিয়েৰিং ফেইল হোৱাত ঘটনাতে এই দুৰ্ঘটনাটো সংঘটিত হয়৷

দুৰ্ঘটনাটোত ড্ৰাইভাৰসহ মুঠ তিনিজন জোৱান কম-বেছি পৰিমাণে আহত হয়৷ আহতসকলক লগে লগে চিকিৎসাৰ বাবে নিৰ্কটৱৰ্তী চি আৰ পি এফৰ কেম্পলৈ প্ৰেৰণ কৰে৷ ঘটনাটো হোৱাৰ পাছতেই চি আৰ পি এফৰ আন এখন গাড়ীৰে সামগ্ৰীসমূহ কেম্পলৈ লৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0