Home ৰাজ্যৰে’লত ডকাইতৰ কবলত পৰা কাকপথাৰৰ যুৱক সন্ধানহীন

ৰে’লত ডকাইতৰ কবলত পৰা কাকপথাৰৰ যুৱক সন্ধানহীন

by News Desk
A+A-
Reset
kak

কাকপথাৰঃ যোৱা ৭ মে’ত জীৱিকাৰ সন্ধানত তিনিচুকীয়া জিলাৰপৰা এটা দহজনীয়া যুৱকৰ দল বহিঃৰাজ্যলৈ ৰে’লেৰে ৰাওনা হৈছিল। দলটোৰ দুজন যুৱক আছিল তিনিচুকীয়া জিলাৰ টঙনা থানাৰ অন্তৰ্গত টঙনা মাজগাঁৱৰ।

জানিব পৰা মতে, যোৱা ১০ মে’ত যুৱকৰ দলটোৱে সন্মুখীন হৈছিল ৰে’লত যাত্ৰীৰ ৰূপত সোমাই থকা এটা ডকাইতৰ দলৰ সৈতে। চোকা অস্ত্ৰৰে ভাবুকি দি লুত-পাত চলাইছিল ডকাইতৰ দলটোৱে৷ বহুজনে ডকাইতৰ কবলৰপৰা নিজকে ৰক্ষা কৰি পৰিত্যাগ কৰিছিল সেই দবাটো। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0