Home ৰাজ্যকাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত ৭০ তম বন মহোৎসৱ পালন

কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত ৭০ তম বন মহোৎসৱ পালন

by News Desk
A+A-
Reset
11971218-af0e-4ff8-9473-ac160fbedbd0

তোলন গোহাঁই, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত বুধবাৰে ৭০ তম বন মহোৎসৱ উদযাপন কৰা হয়৷ ডুমডুমা বন সংমণ্ডলৰ বহুকেইজন বিষয়া, ডুমডুমা আৰু কাকপথাৰ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ চৌপাশে শতাধিক গছপুলি ৰূপন কৰা হয়৷ 

ডুমডুমা সংমণ্ডলৰ অধীনত এই বৰ্ষত তিনিদিনিয়াকৈ এই বন মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি বন সংমণ্ডলৰ জ্যোষ্ঠ বিষয়া ভাস্কৰজ্যোতি বৰগোঁহাইয়ে জানিবলৈ দিয়ে৷ এক জুলাইৰপৰা আৰম্ভ হোৱা কাৰ্যসূচী মতে প্ৰথম দিনা শদিয়া আঠমাইলৰপৰা চুনপোৰালৈ ড: ভূপেন হাজৰীকা সেতু পথত প্ৰায় দুশ গছ পুলি ৰূপন,  দ্বিতীয় দিনা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বনাঞ্চল সমূহত গছ পুলি ৰূপন কৰাৰ লগতে আজি অন্তিম দিনা কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত এই কাৰ্যসূচী হাতত লোৱা হয় বুলি জানিবলৈ দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0