Home ৰাজ্যকাকপথাৰত আলফাৰ ৪০তম প্ৰতিষ্টা দিৱস উদযাপন

কাকপথাৰত আলফাৰ ৪০তম প্ৰতিষ্টা দিৱস উদযাপন

by News Desk
84 views
A+A-
Reset

কাকপথাৰঃ সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ৪০তম প্ৰতিষ্টা দিৱস কাকপথাৰ শিবিৰত দেওবাৰে উদযাপন কৰা হয়৷ পুৱা  পতাকা উত্তোলন কৰে লেফটেনেন্ট কৰ্নেল অন্টু চাউদাং, শ্বহীদ তৰ্পন কৰে মেজৰ প্ৰবাল নেওঁগ আৰু অভিভাষণ পাঠ কৰে আলফা নেতা জিতেন দত্তই৷  

অনুষ্ঠানটোত আলফাৰ অন্টু চাউদাং, প্ৰবাল নেওঁগ, জিতেন দত্ত, দিবাকৰ মৰাণ লগতে আলফাৰ বহু নেতা, কেডাৰ উপস্থিত থাকে৷ ভাষণ প্ৰসঙ্গত প্ৰবাল নেওঁগে কয় যে আলোচনাৰ নামত আলোচনা বন্ধ কৰাৰ লগতে আলোচনা কি পৰ্যায়ত আছে আৰু কি হ’বগৈ সেইয়া স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ কেন্দ্ৰীয় সমিতিলৈ আহ্বান জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0