দস্যু জিতুৰ দাৰ ঘাপত ৰক্তাক্ত হ’ল শিৱস্থান, মাতৃ-পুত্ৰৰ মৃত্যু, মৃত্যুৰ...

Home ৰাজ্যদস্যু জিতুৰ দাৰ ঘাপত ৰক্তাক্ত হ’ল শিৱস্থান, মাতৃ-পুত্ৰৰ মৃত্যু, মৃত্যুৰ সৈতে যুজিছে পিতৃয়ে

দস্যু জিতুৰ দাৰ ঘাপত ৰক্তাক্ত হ’ল শিৱস্থান, মাতৃ-পুত্ৰৰ মৃত্যু, মৃত্যুৰ সৈতে যুজিছে পিতৃয়ে

by News Desk
135 views
A+A-
Reset

কলিয়াবৰঃ ভোগালী বিহুৰ কাহিলী পুৱাই এগৰাকী মাতৃ আৰু পুত্ৰৰ নিথৰ দেহ এখন পথাৰত পৰি ৰৈছে৷ চুবুৰীয়াই বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ পিছৰে পৰা পৰি ৰোৱা দুটা মৃতদেহ পথাৰত পৰি থকা কৰুণ দৃশ্য প্ৰত্যক্ষ কৰি কপি উঠে বহু লোকৰ অন্তৰ৷ নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত দেওবাৰে পুৱা তথা মাঘ বিহুৰ পুৱাই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

কলিয়াবৰৰ শিৱস্থানত পুৱাই সকলো ব্যস্ত হৈ পৰিছিল মাঘৰ বিহুৰ মেজি জ্বলোৱাত৷ পৰম্পৰাগত ভাৱে পূজা অৰ্চনা কৰি মাঘ বিহুৰ মেজিৰ জ্বলাই জ্যেষ্ঠজনৰ পৰা সেৱা লোৱাত ব্যস্ত হৈ থকাৰ সময়তে হুৱা-দুৱা লাগে গাঁও খনত৷ গাঁও খনৰ জিতু শইকীয়া নামৰ যুৱক জনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে এটি পৰিয়ালক। গাঁও খনৰ পিতৃ-মাতৃ আৰু পুত্ৰক ৭০ বছৰীয়া ৰঘু বৰা পত্নী হীৰামাই বৰা আৰু পুত্ৰ অনন্ত বৰাক চোকা অস্ত্ৰৰ আক্ৰমণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0