Home ৰাজ্যমৰিগাঁৱত মদ জুৱাৰ প্ৰচলন বন্ধ কৰাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলনৰ

মৰিগাঁৱত মদ জুৱাৰ প্ৰচলন বন্ধ কৰাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলনৰ

by News Desk
55 views
A+A-
Reset

মৰিগাঁওঃ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মদ জুৱাৰ অবাধ প্ৰচলন চলি থকাৰ অভিযোগ উত্থাপন কৰিছে কলিতা জনগোষ্ঠী সন্মিলন আৰু কলিতা সেনাই৷ আইন বিৰোধী কাৰ্যকলাপ চলি থকাৰ পিছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত সৰৱ হৈ পৰিছে কলিতা জনগোষ্ঠীৰ সংগঠন দুটাই৷

মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সম্পাদক দুলু মণি বৰা আৰু কলিতা সেনাৰ আহ্বায়ক বিশ্বজিত কলিতাই এক বিবৃতি যোগে বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি মদ, ভাং, ড্ৰাগছ আদিৰ অবাধ প্ৰচলন চলি থকা বুলি অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0