Home ৰাজ্যশনিবাৰৰ পৰা আৰম্ভ হ’ল কলিতা জনগোষ্ঠী সন্মিলনৰ অধিবেশন

শনিবাৰৰ পৰা আৰম্ভ হ’ল কলিতা জনগোষ্ঠী সন্মিলনৰ অধিবেশন

by News Desk
54 views
A+A-
Reset

ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন ঠাইত সিচৰিত হৈ থকা কলিতা জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি জনগোষ্ঠীটোৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি যোৱা কলিতা জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় অধিবেশন শনিবাৰৰ পৰা ওদালগুৰিত অনুষ্ঠিত হয়৷ প্ৰায় ৯২টা উপাধিৰে বসবাস কৰি অহা তথা অসমৰ জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসমৰ অতি প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠী কলিতাসকলৰ উমৈহতীয়া অৰাজনৈতিক মঞ্চ কলিতা জনগোষ্ঠী সন্মীলন৷

সংগঠনটোৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ শনিবাৰে পুৱা ৭ বজাত গুৰু আসন প্ৰতিষ্ঠা আৰু বন্তি প্ৰজলন কাৰ্যসূচী প্ৰতিষ্ঠা ৰূপায়ণ কৰে ওদালগুৰি জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য্য বিমল ভকত বাপে৷ পুৱা ৭.৩০ বজাত প্ৰাত প্ৰসংগ অনুষ্ঠিত কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0