Home ৰাজ্যডিব্ৰুগড় প্ৰেছ ক্লাবত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

ডিব্ৰুগড় প্ৰেছ ক্লাবত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

by News Desk
60 views
A+A-
Reset

ডিব্ৰুগড়ঃ হত্যাৰ ২৬ বছৰৰ পাছতো শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰিব নোৱৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আৰক্ষী-চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি আৰক্ষীৰ দায়বদ্ধতা আয়োগত এক গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সভাপতি ভূষণজ্যোতি সন্দিকৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ অন্যতম সদস্য তথা সদৌ অসম সাংবাদিক সন্থাৰ অন্যতম উপদেষ্টা ইকবাল আহমেদে কমলা শইকীয়া হত্যাকাণ্ডক প্ৰকৃততে এক ৰাজনৈতিক হত্যাকাণ্ড আছিল বুলি মন্তব্য কৰে। ৰাজনৈতিক কাৰণতে আজিলৈকে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই বুলিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0