Home ৰাজ্যৰাজপথত দাও দাওকৈ জ্বলিল ইয়’ন গাড়ীঃ কথমপি প্ৰাণৰক্ষা এজনৰ

ৰাজপথত দাও দাওকৈ জ্বলিল ইয়’ন গাড়ীঃ কথমপি প্ৰাণৰক্ষা এজনৰ

by News Desk
A+A-
Reset
eon_car_flame

newsnextone.com। কামপুৰঃ কামপুৰ কপিলী দলঙৰ সমীপত অঘটন। ৰাজপথত দাও দাও কৈ জ্বলিল এখন ইয়’ন গাড়ী। দিলীপ বৰা নামৰ লোক জনে কঠীয়াতলীৰ পৰা চৰাইহাগীলৈ আহি থকা অৱস্থাত এই ঘটনা। কথমপি প্ৰাণ ৰক্ষা শিশু সহ চাৰি জনকৈ লোকৰ। জ্বলি শেষ যোৱা বাহন খনৰ নং এএছ-০২ জে-৩৬৮০। বৰ্তমানলৈকে অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0