63
ডিজিটেল ডেস্ক |তেজপুৰঃ ৰাজ্যৰ চৌপাশে দূগোৎসৱৰ উৎসাহৰ পৱিত্ৰ ক্ষনতে জাতীয় ঐক্য মঞ্চ ৰঙাপৰা সমতিয়ে ৰঙাপৰা চহৰৰ মাজমজিয়াত স্বাধীনতা সংগ্ৰামী বীৰংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি অানুস্থানিকভাৱে মুকলি কৰে।
