Home ৰাজ্যপকী পথৰ ওপৰেৰে গাড়ী মটৰ নহয়, এতিয়া চলাচল কৰে বনৰীয়া হাতীহে

পকী পথৰ ওপৰেৰে গাড়ী মটৰ নহয়, এতিয়া চলাচল কৰে বনৰীয়া হাতীহে

by News Desk
A+A-
Reset
f2f40231-2e9b-4db4-bf9b-60d23e98f48d

খেৰণিঃ  ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হস্তীৰ উপদ্ৰৱ চলি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত বনৰীয়া হাতীৰ আতংকয়ে বিৰাজ কৰিছে। খেৰণি কৃষি পামৰ কুঁহিয়াৰ খেতিত ৬০-৭০ জনীয়া বনৰীয়া হাতী জাকটোয়ে দিনৰ ভাগত আশ্ৰয় লৈ সন্ধিয়া ৪ মান বজাৰ পৰা কৃষি পামৰ আশে-পাশে অৱস্থিত বগৰীঘাট, ফেলাংপি, প্ৰিলো ,আদি গাঁৱবোৰত ধাৰাবাহিক ভাৱে চাৰি-পাঁচদিন ধৰি উপদ্ৰৱ কৰি আছে বনৰীয়া হাতীৰ বৃহৎ জাকটোয়ে। 

বিশেষকৈ বগৰীঘাট নামৰ গাঁৱখনৰ বাবে ভাবুকি আহি পৰিছে। এই গাঁৱখনৰ মাজেদি পাৰ হোৱা পকী পথৰে চলাচল কৰা সকলৰ বাবে ভয়ানক হৈ পৰিছে এতিয়া। স্কুলীয়া কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য সাধাৰণ ৰাইজৰ বাবেও হৈ পৰিছে চিন্তনীয় বিষয়। স্তদ্ধ হৈছে কৃষি কৰ্মও। কাৰণ যিকোনো মুহূৰ্ততে কুঁহিয়াৰ খেতিৰ পৰা হাতী ওলাই আহে পথৰ মাজত আৰু কৃষি পথাৰত। এই ক্ষেত্ৰত খেৰণি বন বিভাগক বাৰে বাৰে অৱগত কৰাৰ পাছতো বিভাগে নীৰৱ ভূমিকা পালন কৰিছে বুলি ৰাইজে গুৰুতৰ অভিযোগ তুলিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0