Home ৰাজ্যমন্ত্ৰী ছুম ৰংহাঙৰ পৃষ্ঠপোষকতাত অবৈধ কয়লা সৰবৰাহ

মন্ত্ৰী ছুম ৰংহাঙৰ পৃষ্ঠপোষকতাত অবৈধ কয়লা সৰবৰাহ

by News Desk
65 views
A+A-
Reset

কাৰ্বি আংলংঃ পৰিৱৰ্তনৰ শ্ল’গানেৰে দিল্লী, দিছপুৰ তথা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলংত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ল যদিও তেনে চৰকাৰ তথা চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ আজিও কিন্ত পৰিৱৰ্তন নহ’ল৷ ৰাজনৈতিক নেতা, পালিনেতা তথা জিলা প্ৰশাসনৰ উচ্চ-পদস্ত বিষয়াৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলংত দীৰ্ঘ বছৰৰ পৰা অব্যাহত আছে অবৈধভাৱে কয়লা খনন কাৰ্য৷ জাতি-মাটি-ভেটি ৰক্ষা তথা দুৰ্নীতিমুক্তৰ শ্ল’গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ দিনতো চলিছে ৰাজ্যখনত বিভিন্ন অবৈধ ব্যৱসায়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংতো বৰ্তমান অব্যাহত আছে পূৰ্ণ গতিত অবৈধভাৱে কয়লাৰ খনন কাৰ্য৷ এই ক্ষেত্ৰত দীৰ্ঘদিনধৰি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰাৰ উপৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0