Home ৰাজ্যবোকাজানত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

বোকাজানত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

by News Desk
A+A-
Reset
6bca2e51-348f-4f2a-9d45-5fe9ad321e8b

কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু বোকাজান আঞ্চলিক সমিতিৰ সহযোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনৰ পৌৰাহিত্যত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বোকাজান মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত বেমথই আহংবাম চানুৱে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি ৰূপে উপস্থিত আছিল কাৰ্বি লামেইট আমেইৰ উপদেষ্টা বাৰিম ইংতি, সংবাদ প্ৰহৰী উপাধি প্ৰাপক তথা নিৰীক্ষণ প্ৰতিদিন কাকতৰ সম্পাদক নৰেন হাজৰিকা, বিশিষ্ট সমাজকৰ্মী অম্বেশ্বৰ চেতিয়া, দুলাল দত্ত, অধক্ষ্য অতুল বৰগোহাঁই, জেষ্ঠ নাগৰিক ৰবীন হাতীবৰুৱা, সাংবাদিক আনন্দ তেৰাং আৰু বোকাজান শাখা সাহিত্য সভাৰ সভানেত্ৰী ৰুমী বৰুৱাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0