Home ৰাজ্যপশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

by News Desk
A+A-
Reset
0ef5a740-4c26-4055-9f61-bfe290ccfaf8

কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। উল্লেখযোগ্য যে, মেনমেজি নামৰ গাঁওখনত এটা ছাগলীক ভক্ষণ কৰিবলৈ চেষ্টা চলাই থকা অৱস্থাত গাঁওবাসীয়ে প্রত্যক্ষ কৰে এডাল অজগৰক। 

তাৰ পাছতেই অঞ্চলটোৰ কেইজনমান লোকে উক্ত স্থানৰপৰা অজগৰটোক উদ্ধাৰ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে। পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ অজগৰটোক খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তর্গত থকা আমৰেং বনাঞ্চলৰ ঘন হাবিত নি মুকলি কৰি দিয়ে খেৰণি বন বিভাগৰ বন কৰ্মচাৰীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0