55
ডিফুঃ ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তনৰ ধুমুহাৰ সৈতে সংগতি ৰাখি কাৰ্বি পাহাৰত উন্নয়ণৰ ঢল বোৱাই নতুন দিগন্তৰ সূচনা কৰা হ’ব৷ সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ শিলনীৰ বনভোজ থলীত কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷
