62
খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানক লৈ জিলাখনৰ খেৰণিৰ জেংখাত বিধি-পথালি হৈ থিয় দিছে একাধিক সংগঠন৷
কাৰ্বি পৰিষদীয় ৭ টাকৈ সমষ্টিত বিজেপিয়ে অনাকাৰ্বি লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি এক খবৰ জিলাখনত বিয়পি পৰাৰ সময়তে পৰিষদীয় ২-৩ টা সমষ্টিত অজনজাতীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ওলাই থকাত ইয়াৰ বিৰোধিতা কৰি প্ৰাৰ্থিত্ব ঘোষণাৰ শেষ পৰ্য্যায়ত ৩ টাকৈ অৰাজনৈতিক সংগঠনে মূৰ দাঙি উঠিছে৷