Home ৰাজ্যহোজাইত ৰহস্যজনকভাৱে নিৰুদ্দেশ কাৰ্বি আংলঙৰ ব্যক্তি।

হোজাইত ৰহস্যজনকভাৱে নিৰুদ্দেশ কাৰ্বি আংলঙৰ ব্যক্তি।

by News Desk
61 views
A+A-
Reset

 কাৰ্বি আংলংঃ হোজাই জিলাৰ বৰবহাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰিছে কাৰ্বি আংলং জিলাৰ লুম-তিবিন গাওঁৰ এজন ২৮ বছৰীয়া বিবাহিত ব্যক্তি। হোজাই জিলাৰ বৰবহা নামৰ ঠাইখনত থকা শহুৰেকৰ ঘৰৰ পৰা নিজৰ গৃহলৈ বুলি উভতি অহাৰ পথত সংঘটিত হৈছে নিৰুদ্দেশৰ এই ঘটনা। 

উল্লেখযোগ্য যে যোৱা ৫ অক্টোবৰৰ দিনটোত বৰবহাত বসবাস কৰা শহুৰেক ৰাজু ইংহিৰ ঘৰৰ পৰা পুৱা ৭ বজাত নিজ ঘৰলৈ অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীন্দেঙ থানা অন্তর্গৰ লুম-তিবিন গাওঁলৈ যাম বুলি কৈ জোৱায়েক সাজেশ ইংতিয়ে (২৮) ওলাই আহিছিল। আৰু তাৰ পাছৰে পৰা সাজেশ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে বৰবহা অঞ্চলৰ পৰা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0