Home ৰাজ্যঅসম-মেঘালয় সীমান্তত পুনৰ ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং কুন্দা জব্দ

অসম-মেঘালয় সীমান্তত পুনৰ ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং কুন্দা জব্দ

by News Desk
A+A-
Reset
kheroni

খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তত ট্ৰাকসহ পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কুন্দা জব্দ হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত মোলাবেৰৰপৰা এইবাৰ আৰক্ষীয়ে জব্দ কৰে এখন কুন্দাৰ্তি ট্ৰাক। ইয়াৰ পূৰ্বেও যোৱা ২১ অক্টোবৰত অসম-মেঘালয়ৰ সীমান্তৰ উমতাঙৰপৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন অবৈধ কুন্দাৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে। উল্লেখযোগ্য যে একেদৰে এইবাৰো কাৰ্বি আংলঙৰ মোলাবেৰৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দা সৰবৰাহ কৰাৰ চেষ্টা কৰি থকা অৱস্থাত আৰক্ষীয়ে এখন কুন্দাভৰ্তি ট্ৰাক ইতিমধ্যে জব্দ কৰে। 

blank

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0