Home ৰাজ্যপশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙত ভয়াবহ পথ দুৰ্ঘটনা দুজনৰ মৃত্যু,৫০ জন গুৰুতৰ ভাৱে আহত

পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙত ভয়াবহ পথ দুৰ্ঘটনা দুজনৰ মৃত্যু,৫০ জন গুৰুতৰ ভাৱে আহত

by News Desk
60 views
A+A-
Reset

ডিফুঃ আজি বিয়লি পশ্ছিম কাৰবি আংলং জিলাত এক ভয়াবহ পথ দূৰ্ঘটনাৰ ফলত ৫ জন লোক নিহত হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হোৱা ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি আজি বিয়লি ৩-৩০মান বজাত জিলাখনৰ জিৰিকেন্দিঙৰ মুখিম পথত সংঘটিত হোৱা দূৰ্ঘটনাত বহুতো মানুহ হতা-হত হৈছে৷ দূৰ্ঘটনা গ্ৰস্থ শক্তিমান ট্ৰাকখনে প্ৰায়  ৬০-৭০ জন মান যাত্ৰীলৈ এটা ধৰ্মীয় অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত পথৰ কেঁকুৰি এটাত ট্ৰাকখন বাগৰি পৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়  বুলি জানিব পৰা গৈছে ৷ 

দূৰ্ঘটনাতো সংঘটিত হোৱাৰ পিছত দুজন যাত্ৰীৰ বাটতে মৃত্যু হোৱাৰ বিপৰীতে তিনিজন চিকিৎসালয়ত মৃত্যু হয় লগতে ৫০ জন যাত্ৰী কম-বেছি পৰিমানে আহত হোৱা বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ শীৰ্ষ আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে অঞ্চলটোৰ অতি শোচনীয় পথটোৰে কেৱল ফ’ৰ-হুইলাৰ গাড়ীহে চলাচল কৰিব পাৰে৷ জানিব পৰা মতে দূৰ্ঘটনাত সংঘটিত কৰা ট্ৰাকখনৰ চালকজন নিচাসক্ত আছিল বাবে দূৰ্ঘটনাটো সংঘটিত হয় বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে .

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0