65
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰণজিৎ হাজৰিকাৰ নেতৃত্বত শুকুৰবাৰে নিশা এটা আৰক্ষীৰ দলে অসম-নগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানৰ পহৰা আৰক্ষী চকীৰ সমীপৰপৰা মাৰণাস্ত্ৰসহ ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয়৷
