Home ৰাজ্যগুণোৎসৱত শিক্ষকৰ ৰূপত উপায়ুক্ত,অভিযন্তা,আই জি পি

গুণোৎসৱত শিক্ষকৰ ৰূপত উপায়ুক্ত,অভিযন্তা,আই জি পি

by News Desk
A+A-
Reset
karbi gunotsav1

newsnexoneডিফু,৯ অক্টোবৰ:- ২০১৭ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ তিতা- কেঁহা,আৰু মিঠা অভিজ্ঞতা লাভ কৰাৰ পিছত আজিৰে  পৰা পূৱ কাৰ্বি আংলং জিলাত  আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ এই উপলক্ষে পূব কাৰবি আংলং জিলাৰ বোকাজান, হাওৰাঘাট আৰু ডিফু মহকুমাৰ কেইবাটাও খণ্ডত মুঠ ১২৮১ খন বিদ্যালয়ত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হয় ৷এই উদ্দেশ্যে জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত বহী  নিৰিক্ষক হিচাপে নিয়োজিত হৈছে জিলা খনৰ শীৰ্ষ আমোলা ক্ৰমে উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আইজিপি, অভিযন্তা, বনবিষয়া, প্ৰৱক্তা সকল ৷ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে সমগ্ৰ পূব কাৰবি আংলং জিলাৰ লগতে লুম্বাজং ব্লকৰ অধীনস্থ ডিফুৰ চৰকাৰী বিদ্যালয় সমূহত গুণোৎসৱৰ বাবে পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ বহী  নিৰিক্ষক লাইচন বিষয়া, প্ৰটকল বিষয়া সকলক উষ্ম আদৰণি জনাই উচ্চ সন্মানেৰে বিদ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰী আৰু  ছাত্ৰ-ছাত্ৰী  সকলে আদৰি নিয়ে ৷ 

blank

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0